লখিমপুৰ
লখিমপুৰ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলা সদনউত্তৰ লখিমপুৰত অৱস্থিত। জিলাখন অৰুণাচল প্ৰদেশৰ চিয়াং আৰু পাপুম্পাৰে জিলাৰ দ্বাৰা উত্তৰদিশে আৰু পূবে ধেমাজি জিলা আৰু সুবানশিৰি নদীৰ দ্বাৰা আৱদ্ধ। মাজুলী জিলা দক্ষিণ ফালে আৰু বিশ্বনাথ জিলা পশ্চিমত আছে।