The Guwahati Medical College
(GMCH)
অসমত স্থাপিত হ'ব লগা দ্বিতীয় খন চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ও এক স্বাস্থ্য সেৱা প্ৰতিষ্ঠান। ই স্নাতক, স্নাতকোত্তৰ আৰু চুপাৰস্পেচিয়েলিটি স্তৰত চিকিৎসা শিক্ষা প্ৰদান কৰে।Other names | GMC, GMC&H, GMCH |
---|---|
Type | Public |
Established | 20 September 1960 |
Superintendent | Abhijit Sarma |
Principal | Achyut Ch. Baishya |
Location | Bhangagarh, PO Indrapur 781032, Guwahati ,Assam, India |
Affiliations | Srimanta Sankaradeva University of Health Sciences (SSUHS |